Sentence: Definition and Types, Subject and Predicate, What is the Basic Structure of Sentence?
The Structure of Sentence in Assamese
Sentence: Definition and Types :-
⭐⭐⭐ To learn any foreign languages we need to have the full knowledge on our own mother tongue. If we have the full knowledge on our mother tongue, we can learn any other languages very easily. The knowledge of forming Assamese sentences can help to form English sentences.
⭐⭐⭐ অসমীয়াত সাধাৰণ বাক্য এটা গঠন কৰিবলৈ প্ৰথমতে কর্তা (subject) তাৰ পিছত কর্ম (object) আৰু শেষত ক্রিয়া (verb) লিখিব লাগে। কর্ম নথকা বাক্যত আন যিবােৰ শব্দ থাকে সেইবােৰ কর্তাৰ পিছত লিখিলেই হয়। যেনে -
তাই কিতাপ পঢ়ে।
------- ---------- --------
কর্তা কর্ম ক্রিয়া।
তেওঁ সময়মতে বিদ্যালয়লৈ যায়।
------ ------------------------------ --------
কৰ্তা অন্যান্য শব্দ ক্রিয়া
- Must Read : The 5 Types of Sentence
⭐⭐⭐ কিন্তু, ইংৰাজীত কর্তা (subject) ৰ পিছত ক্রিয়া (verb) আৰু শেষত কর্ম (object) লিখা হয়। যেনে -
She breads a book.
------- ---------- ----------- subject verb object
He goes to school in time.
----- ------- -------------------------
Subject verb other words
⭐⭐⭐ এনেদৰে বাক্য এটা যিমানেই দীঘলীয়া নহওক কিয় কিছুমান সাধাৰণ পৰিবৰ্তনৰ বাহিৰে আন সকলাে একেই থাকে।
Subject and Predicate :-
⭐⭐⭐ প্রতিটো বাক্যৰ আকৌ Subject (উদ্দেশ্য) আৰু Predicate (বিধেয়) নামৰ দুটা মুখ্য ভাগ থাকে। বাক্যত সাধাৰণতে যাৰ বা যিটোৰ বিষয়ে কোৱা হয়, তাক Subject বােলে আৰু Subject ৰ বিষয়ে যি কোৱা হয় তাক Predicate বােলে। যেনে -
Subject Predicate
---------------------- -----------------------------------
He is a good boy.
We love our motherland.
The tiger lives on flesh.
The umbrella is a useful thing.
Comments