Tense : Definition and Its Types with Examples | Concept of Time and Tense

 Tense in Assamese | Present, Past, Future

   

     আচলতে, Tense শব্দটো Latin শব্দ Tempus ৰ পৰা উৎপত্তি হৈছে, যাৰ অৰ্থ হ'ল Time (সময়) ।

Concept of Tense and Time :- Tense আৰু Time ৰ Concept টো বেলেগ বেলেগ হয় । যত Time হৈছে এটা Natural Concept, আনহাতে ইংৰাজী অধ্যয়নৰ ক্ষেত্ৰত Tense হৈছে এটা Grammatical Concept. Tense সম্বন্ধ English Grammar ৰ লগত । Tense আৰু Time ৰ Concept টো সমপৰ্যায়ৰ নহয় । এনেকুৱা বহুতো Sentence হ'ব পাৰে যিবোৰ Future Time ত কাৰ্য সম্পন্ন হোৱা দেখা যায়, কিন্তু English Grammar ৰ নিয়ম অনুসৰি, সেইবোৰত Present Tense ৰ নিয়ম প্ৰযোজ্য হয় । সেইবোৰ Present Tense ৰ নিয়ম অনুসৰি অনুবাদ কৰা হয় । যেনে :-

They are coming tomorrow.

He is going to Guwahati tomorrow.

The principal retires in the month of July.

   ওপৰৰ বাক্যবোৰে Future Time/Action ৰ কথা প্ৰকাশ কৰিছে, কিন্তু সেইবোৰ Present Tense ৰ নিয়ম অনুসৰি অনুবাদ কৰা হৈছে । এতিয়া আমি নিশ্চয় বুজি পালো যে Tense আৰু Time ৰ Concept টো বেলেগ বেলেগ হয় ।

Question : What is tense ?

Ans : Tense denotes the time of action done by the verb. Or

   Tense is that form of a verb which shows not only the time of an action but also the state of an action or event.

(সাধাৰণতে ক্ৰিয়াৰ সময়কে Tense বুলি কোৱা হয় । আচলতে ইংৰাজী ভাষাত,কাম কৰিবলৈ প্ৰধানকৈ তিনিটা সময় ধৰি লোৱা হয় ।) যেনে -


Ram does the work. ৰামে কামটো
কৰে । (বৰ্তমান)


Ram did the work. ৰামে কামটো
কৰিছিল ।(অতীত)


Ram will do the work. ৰামে কামটো
কৰিব ।(ভৱিষ্যত)


ওপৰত উল্লেখ কৰা কামৰ এই তিনিটা সময়কে Tense (কাল) বোলা হয়৷ Tense ৰ প্ৰধানকৈ ৩ টা প্ৰকাৰ আছে । যেনে-


     Types of Tense :-


a) Present Tense ( বৰ্তমান কাল )


b) Past Tense ( অতীত কাল )


c) Future Tense ( ভৱিষ্যত কাল )


a) Present Tense : যি ক্ৰিয়াই বৰ্তমান সময়ত কোনো এটা কাম কৰা বা হোৱা বুজায়, তাক Present Tense বোলে । যেনে-


I play football. মই ফুটবল খেলো।


I am playing football. মই ফুটবল খেলি আছো ।


I have played football.মই ফুটবল খেলিলো ।


I have been playing football.মই ফুটবল খেলিয়েই আছো ।


Present Tense ৰ ভাগ ৪ টা হ'ল --


a) Present Indefinite Tense / Simple

     Present Tense


b) Present Continuous Tense


c) Present Perfect Tense


d) Present Perfect Continuous Tense



b) Past Tense : যি ক্ৰিয়াই অতীত কালত কোনো এটা কাম কৰা বা হোৱা বুজায়, তাক Past Tense বোলে । যেনে-


I played football. মই ফুটবল খেলিছিলো ।


I was playing football. মই ফুটবল খেলি আছিলো ।


I had played football. মই ফুটবল খেলিছো ।


I had been playing football. মই ফুটবল খেলিয়েই আছিলো ।


Past Tense ৰ ভাগ ৪ টা হ'ল --


a) Past Indefinite Tense / Simple Past

     Tense


b) Past Continuous Tense


c) Past Perfect Tense


d) Past Perfect Continuous Tense



c) Future Tense : যি ক্ৰিয়াই ভৱিষ্যত কালত কোনো এটা কাম কৰা বা হোৱা বুজায়,তাক Future Tense বোলে । যেনে-


I shall play football. মই ফুটবল খেলিম ।


I shall be playing football. মই ফুটবল খেলি থাকিম৷


I shall have played football. মই ফুটবল খেলিব লাগিব ।


I shall have been playing football. মই ফুটবল খেলিয়েই থাকিম


Future Tense ৰ ভাগ ৪ টা হ'ল --


a) Future Indefinite Tense / Simple Future

     Tense


b) Future Continuous Tense


c) Future Perfect Tense


d) Future Perfect Continuous Tense


Forms Of Verbs :-

    Modern Grammar ত Verbs বোৰক Regular আৰু Irregular Verbs এই দুই ধৰণে ভাগ কৰা হৈছে ।

   যি Verb ৰ লগত t, d, ed যোগ কৰি Past Tense লৈ পৰিৱৰ্তন কৰা হয়, সেইটো হ'ল Regular Verb. যেনে -

   Dream             Dreamt            Dreamt

   Talk                  Talked             Talked

    Live                 Lived                Lived

  যি Verb ৰ লগত t, d, ed যোগ কৰিলে Past Tense লৈ পৰিৱৰ্তন নহয়, সেইটো হ'ল Irregular Verb. এই Verb বোৰ Past Tense কৰাৰ ক্ষেত্ৰত কোনো নিৰ্ধাৰিত নিয়ম নাই । যেনে -

   See            saw               seen

   Go              went             gone

   Catch        caught         caught


Comments

If you have any doubt, please let me know

JAds

Archive

Contact Form

Send